গাফিলতি! মইমতালি নে দাম্ভিক একাংশ শিক্ষক

94

গাফিলতি! মইমতালি নে দাম্ভিক!
📌 কাৰ আশীৰ্বাদ শীৰত লৈ শিক্ষকতা বৃত্তিত মইমতালি একাংশ নামধাৰি শিক্ষকৰ?
📌 কেনেদৰে চলিছে বজালীৰ ফিঙুৱাত অৱস্থিত পাকা উচ্চতৰ মাধ্যমিক বিদ্যালয়?
📌ৰাইজৰ অভিযোগ- সময়মতে স্কুলত উপস্থিত নহয় শিক্ষক॥
📌একাংশ শিক্ষকে কেৰেপ নকৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰফিকুল ইছলাম॥
📌 সতীৰ্থ শিক্ষকৰ ভয়ত পেপুৱা লাগি থাকে পাকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম ॥
📌 অধ্যক্ষ ৰফিকুল ইছলামে কিয় ভয় কৰে বিষয় শিক্ষকক?
📌 অনিয়মীয়া শিক্ষকৰ নাম ল´ৱলৈ কিয় ভয় কৰে অধ্যক্ষ গৰাকীয়ে?
📌 সমস্যাটো ক´ত? ভয় কিহৰ?
📌শিক্ষকৰ মইমতালিত অতীস্থ স্থানীয় ৰাইজ/অভিভাৱক॥
📌অতীস্থ ৰাইজে সোমবাৰে ০৯ বাজি ১৫ মিনিটত বিদ্যালয়ৰ গেটত ওলোমালে তলা॥
📌 দহ বাজি ত্ৰিশ মিনিটৰ পিছতহে বিদ্যালয়ত সোমাল একাংশ শিক্ষক॥
📌দায়সৰা মন্তৱ্য- বিদ্যালয়ত পলমকৈ উপস্থিত হোৱা শিক্ষকৰ।

ছাত্র-ছাত্ৰীৰ ভৱিষ্যতকলৈ হেতালি খেলা এই সকল শিক্ষকৰ শাস্তি কি হ´ৱ? শিক্ষামন্ত্ৰী মহোদয়ে পিছত কি ব্যৱস্থা গ্ৰহন কৰিৱ সেয়া হৱ লক্ষনীয়॥