খ্ৰীষ্টানবস্তিৰ বাৰত নিশা GMCHৰ চিকিৎসক শিক্ষাৰ্থীৰ উদ্ভণ্ডালি৷ সুৰাপান কৰি মাৰপিটত লিপ্তৰ অভিযোগ চিকিৎসক-শিক্ষাৰ্থীৰ বিৰুদ্ধে৷ খ্ৰীষ্টানবস্তিৰ কামাখ্যা টাৱাৰস্থিত কেইনকো লাউঞ্জ এণ্ড বাৰত এই ঘটনা৷ বাৰৰ কৰ্মচাৰীক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ৷ ৪নং হোষ্টেলৰ আৱাসী কেইবাজনো MBBSৰ ছাত্ৰৰ বিৰুদ্ধে এই অভিযোগ৷