খাদ্য পলম হোৱাৰ বাবেই বিবাহস্থলী এৰিলে দৰাই

64

খাদ্য পলম হোৱা আৰু পৰ্যাপ্ত খাদ্য নোহোৱাৰ বাবেই বিৱাহস্থলী এৰিলে দৰাই৷

বিৱাহ ঠিক কৰা কইনাক এৰি আত্মীয়ৰ আন এগৰাকী যুৱতীৰ সৈতে বিৱাহপাশত আবদ্ধ হ’ল মেহতাব নামৰ যুৱকজন৷

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা৷

দৰাপক্ষৰ বিৰুদ্ধে ১,৬০,০০০ টকা যৌতুক লোৱাৰ অভিযোগ কইনাপক্ষৰ৷

উল্লেখ্য যে, দৰাপক্ষৰ আত্মীয়ই খাদ্য পলম হোৱা আৰু পৰ্যাপ্ত খাদ্য নোহোৱাৰ অভিযোগ আনিছিল আৰু ইয়াৰ পাছতেই বিৱাহস্থলী এৰিছিল দৰাপক্ষই৷