কৰ্কট ৰোগত আক্ৰান্ত কিৰণ খেৰ ।

62

অনুপম খেৰৰ পত্নী আৰু চণ্ডীগড়ৰ  বিজেপি সাংসদ তথা বলিউডৰ অভিনেত্ৰী কিৰণ খেৰ আক্রান্ত ককৰ্ট ৰোগত । সম্প্ৰতি মুম্বাইৰ চিকিৎসালয়ত চিকিৎসা চলি আছে ৬৮ বছৰীয়া অভিনেত্ৰী গৰাকীৰ । বুধবাৰে চণ্ডীগড়ত এক বৈঠকত এই কথা প্ৰকাশ কৰে বিজেপিৰ প্ৰেচিডেন্ট অৰুণ সুদে ।