কৰিমগঞ্জত আটক ১৩জনীয়া ৰংহিগাৰ দল…

52
purbottar-asomiya-favicon

ডিজিটেল ডেস্ক: ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ কৰাৰ চেষ্টা চলাই থকাৰ সময়তে কৰিমগঞ্জ জিলাৰ চুৰাইবাৰীত আটক হ’ল ৰংহিগাৰ এটা দল। অসমত অবৈধভাৱে প্ৰৱেশ কৰিব বিচৰা ৰংহিগাৰ দলটোত শিশু আৰু মহিলাসহ মুঠ ১৩ জন লোক থকা বুলি জানিব পৰা গৈছে।

ইফালে নিৰাপত্তাৰক্ষীয়ে ৰংহিগাৰ দলটোৰ পৰা ভাৰত আৰু বাংলাদেশৰ মুঠ ৪ হাজাৰ টকা জব্দ কৰাৰ লগতে বাংলাদেশৰ ভুৱা আধাৰ কাৰ্ডো জব্দ কৰিবলৈ সক্ষম হয়।