কৰ’না ভাইৰাছত আক্ৰান্ত তৃতীয়গৰাকী আৰক্ষীৰ মৃত্যু

104

ষ্টাফৰিপৰ্টাৰ, কৰ’না ভাইৰাছত আক্ৰান্ত তৃতীয়গৰাকী আৰক্ষীৰ বুধবাৰে মৃত্যু হয়। মহিলা কনিষ্টবলগৰাকীৰ নাম পুনি মেচ পাল৷ তেওঁ নামৰূপ থানাত কৰ্মৰত আছিল কনিষ্টবলগৰাকী। তেওঁ
১৯ জুলাইত ‘এএমচিএইচ’ত ভৰ্তি হৈছিল।