কৰ’না মহামাৰীৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অলপতে কেন্দ্ৰীয় চৰকাৰে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত সিদ্ধান্ত অনুসৰি আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা অহা ৩১ মাৰ্চৰ লৈকে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই।
জানিব পৰা গৈছে, DGCAয়ে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। উল্লেখ যোগ্য যে, প্ৰথমে ২৮ফেব্ৰুৱাৰী লৈকে আছিল এই বন্ধ ।
