ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰিলে জনপ্ৰিয় মডেল-অভিনেতা মিলিন্দ সোমনে।টুইটাৰত এই খবৰ জনালে সোমনে।উল্লেখ্য যে বৰ্তমান অক্ষয় কুমাৰ,ভূমি পেডনেকাৰ,সোনম কাপুৰকে ধৰি কেইবাগৰাকী বলীউডৰ শিল্পী মুম্বাইত ক’ৰ’না আক্রান্ত হৈছে।টুইটাৰত আৰোগ্য হোৱাৰ খবৰ দিয়াৰ লগতে পত্নী অসম-কন্যা অংকিতা কোঁঁৱৰকো শুশ্ৰূষাৰ বাবে ধন্যবাদ জনায় সোমনে।
Latest article
ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৪ত ভি-এ আগবঢ়াইছে অভিনৱ সমাধান
ইণ্ডিয়া মোবাইল কংগ্ৰেছ(ভাৰত মোবাইল সন্মিলন) ২০২৪ৰ উদ্বোধনী দিনটোত দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভি-এ নিজৰ থিম "ফিউচাৰ ইজ লাইভ" উন্মোচন কৰে, য'ত ৫জি আৰু আইঅ'টিৰ...
খালিস্তানী নেতা গুৰপটৱন্ত সিংৰ হত্যাক লৈ ক্ষুব্ধ আমেৰিকা
খালিস্তানী নেতা গুৰপটৱন্ত সিং পান্নুনৰ হত্যাৰ ষড়যন্ত্ৰক লৈ ক্ষুব্ধ আমেৰিকা। RAWৰ এজেণ্ট বিকাশ যাদৱক ম’ষ্ট ৱাণ্টেড ঘোষণা আমেৰিকাৰ। আমেৰিকান চোৰাংচোৱা সংস্থা FBIৰ জাননী জাৰি।...
“ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই”
'ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই। আমি পঁইতাচোৰাও মৰা নাই। ছলমান খানে লৰেন্স বিষ্ণয়ৰ ওচৰত ক্ষমা বিচৰাৰ কোনো কাৰণ নাই।' উল্লেখযোগ্য যে, পুনৰ...