কৰ’নাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সহ বহুজন

90

ষ্টাফৰিপৰ্টাৰ, ২ আগষ্ট: কৰ’নাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁক হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে। উত্তৰ প্ৰদেশৰ জল শক্তি মন্ত্ৰী ডঃ মহেন্দ্ৰ সিং কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।আনহাতে অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল বনোৱাৰী লাল পুৰোহিত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ইফালে কৰ’নাত আক্ৰান্ত হৈছে ৰকিবুল হুছেইন আৰু পত্নী নাজনীন আখতাৰ।