ক্ৰিকেটৰ পৰা অৱসৰ লব পাৰ্থিৱ পেটেলে

80

ডিজিটেল ডেস্ক:- ভাৰতীয় ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। পেটেলে ১৮ বছৰীয়া ক্ৰিকেটৰ যাত্ৰাত ২৫ খন টেষ্ট মেছ, ৩৮ এদিনীয়া আৰু ২খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেছ খেলিছিল।

উল্লেখ্য যে, ১৭ বছৰ বয়সত পাৰ্থিৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অন্তৰ্ভূক্ত হৈছিল। খেলুৱৈগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে অৱসৰৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁৰ লগত খেলা খেলুৱৈ সকলকো ধন্যবাদ জনায় খেলুৱৈগৰাকীয়ে।