কোৰোনা সময়ছোৱাত “বেৰী হোৱাইট ইন ক’ৰাপছন -এ উত্তৰ-পূৰ্বাঞ্চলত প্ৰস্তুত কৰিব এন-৯৫ মাস্ক

90


কোৰোনা মহামাৰীৰ সময়ছোৱাত “বেৰী হোৱাইট ইন ক’ৰাপছন -এ উত্তৰ-পূৰ্বাঞ্চলত এন-৯৫ মাস্ক প্ৰস্তুত কৰাৰ কথা অনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে । বেৰী হোৱাইট ইন ক’ৰাপছনে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ আৰ্থ মেনুফেক্সৰিং ফেকাল্টি ইন ব্ৰহ্মপুত্ৰ ইণ্ডাটয়েল পাৰ্কত প্ৰস্তুত কৰা হ’ব এন-৯৫ মাস্ক । এই সন্দৰ্ভত যুৱ ব্যৱসায়ী ৰবি পাছাৰীয়ে কয়”-কোৰোনা মহামাৰীত বহু নিযুত লোক আক্ৰান্ত হৈছে।

শেহতীয়াকৈ দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “আত্মনিৰ্ভৰশীল ভাৰত, লোকেল ফৰ ভোকেল, গঢ়াৰ ঘোষণা কৰিছিল। আমি প্ৰধানমন্ত্ৰী গৰাকীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমি উত্তৰ -পূবত এন ৯৫ মাস্ক প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছোঁ”। তেওঁ লগতে কয়” আমাৰ উদ্যোগত প্ৰত্যক্ষভাৱে ৩০ জন লোক জড়িত হ’ব আৰু পৰোক্ষভাৱে শতাধিক লোক জড়িত হ’ব