কোৰোনাৰ দ্বিতীয় সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

65

দেশত ক’ৰ’নাৰ দ্রুত সংক্ৰমণ হোৱালৈ লক্ষ্য ৰাখি বৃহস্পতিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং বৈঠকত বহিব।এই বৈঠকত ক’ৰ’না সংক্ৰমণৰ পৰিস্থিতিৰ লগতে টীকাকৰণ প্ৰক্ৰিয়া দ্রুততৰ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব।