কোৰোনাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, এইমছত ভৰ্তি

86

ডিজিটেল ডেস্ক: কোৰোনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্রী ৰামেশ্বৰ তেলী। দিল্লীত থকা অৱস্থাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত ধৰা কৰে কোৰোনাৰ সংক্ৰমণ।

জানিব পৰা মতে বৰ্তমান তেলীক এইমছত ভৰ্তি কৰোৱা হৈছে। মন্ত্ৰীগৰাকী কিছুদিন ধৰি অসুস্থ হৈ আছিল।