কোটি কোটি জনতালৈ আনিছে সুখবৰ!

62

বাজেটৰ ক্ষেত্ৰৰ মোডী চৰকাৰে দেশৰ কোটি-কোটি লোকলৈ আনিছে সুখৰ খবৰ।

তেল কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক গেছৰ মূল্য ৩০ টকা হ্ৰাস কৰিছে কিন্তু তেল বিপণন কোম্পানীসমূহে ১৪.২ কেজি ৰন্ধন গেছৰ মূল্য সলনি কৰা নাই।

IOCLৰ ৱেবছাইট অনুসৰি ২০২৪ চনৰ ১ জুলাইৰ পৰা এই নতুন হাৰ কাৰ্যকৰী কৰা হ’ব।