কেৰালাত বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ সংক্ৰমণ

100

কেৰালাত বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ সংক্ৰমণ।

দেওবাৰে কেৰালাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় এটি ১৪বছৰীয়া কিশোৰ।

ইয়াৰ পাছতেই আন এজন ৬০ বছৰীয়া ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ইতিমধ্যে নিপাহ ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা ১৪ বছৰীয়া কিশোৰগৰাকীৰ সংস্পৰ্শত থকাসকলৰ অতিৰিক্ত নমুনা পৰীক্ষাৰ বাবেও আইচিএমআৰে কোজিকোডলৈ এটা ভ্রাম্যমাণ বিএছএল-৩ পৰীক্ষাগাৰ প্ৰেৰণ কৰিছে।