কেজৰিৱালেই হৈ থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী

337

কেজৰিৱালেই হৈ থাকিব দিল্লীৰ মুখ্যমন্ত্ৰীঃন্যায়ালয়ে ক’লে- গণতন্ত্ৰক নিজৰ পথ ল’বলৈ দিয়ক…

সুৰা নীতি কেলেংকাৰীত ইডিৰ হাতত গ্ৰেপ্তাৰ হৈ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱাললৈ দিল্লী উচ্চ ন্যায়ালয়ৰ সকাহ।

কাৰাগাৰৰ পৰাই কেজৰিৱালে পালন কৰিব পাৰিব দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব।