কৃষকৰ প্ৰতিবাদ প্ৰতিৰোধত নিয়োজিত দুগৰাকী আৰক্ষী বিষয়াৰ দেহত কোৰোনা…

64

ডিজিটেল ডেস্ক : দিল্লী সীমান্তত কৃষি আইন বিৰোধী কৃষকৰ প্ৰতিবাদ প্ৰতিৰোধৰ বাবে মোতায়েন কৰা হৈছে বহু সংখ্যক আৰক্ষী আৰু নিৰপত্তাৰক্ষী।

জানিব পৰা সিংঘু সীমাত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত দুগৰাকী আইপিএছ বিষয়া আক্ৰান্ত হৈছে কোৰোনাত। বৰ্তমান দুয়োজন আৰক্ষী বিষয়াৰ চিকিৎসা চলি আছে ।