কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ!

333

ৰাজ্যত এতিয়াও চলি আছে অবৈধ শিল বালিৰ বেহা।
কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ।
উল্লেখযোগ্য যে পৰিবহন বিভাগৰ নিয়মীয়া তালাছিত ধৰা পৰে অবৈধ বাবে শিল বালি কঢ়িওৱা ট্ৰেক্টৰখন।

লখিমপুৰ জিলাৰ লালুকৰ ৰাজ পথত আৰক্ষীৰ নিয়মীয়া তালাছিত ধৰা পৰা ট্ৰেক্টৰ খন হাৰমতি আঞ্চলিক বন বিষয়াক ছমজাই দিয়ে আৰক্ষীয়ে।

লখিমপুৰ জিলাৰ হাৰমতি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অগ্গাতে নিতৌ চলি আছে এই অবৈধ বেহা।

এতিয়া প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় বিষয় হব।