কাৰ্বি আংলংৰ হলৌখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

405

কাৰ্বি আংলঙৰ হলৌখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এগৰাকী মহিলাসহ ৪জনৰ মৃত্যু। নিহত নিয়াংমেই বি কন্যাক, এন লাংফং কন্যাক, ন্যামছান, নাপ্যা। থাৰ আৰু জিপচী বাহনৰ মুখামুখি সংঘৰ্ষ। নিহত আটাইকেইগৰাকীয়েই আছিল জীপচীখনৰ আৰোহী। নিহত আটাইকেইগৰাকীয়েই নগালেণ্ডৰ মন জিলাৰ বাসিন্দা। গুৰুতৰভাৱে আহত জীপচীখনৰ ৩গৰাকী যাত্ৰীসহ থাৰখনৰ চালক।