কামৰূপ (ম) জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত বৈঠক

85

ষ্টাফৰিপৰ্টাৰ, কামৰূপ (ম) জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত বিভিন্ন চৰকাৰী বিভাগসমুহৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতিত শুকুৰবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক
অনুষ্ঠিত হয়। এই বৈঠকত অংশগ্ৰহণ কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই পৰ্য্যালোচনা বৈঠকখনত বিভিন্ন চৰকাৰী বিভাগৰ অন্তৰ্গত উন্নয়নমূলক কৰ্মৰাজিৰ অগ্ৰগতিৰ খটিয়ান লোৱা হয়, তাৰোপৰি বিভিন্ন চৰকাৰী বিভাগসমূহে দাখিল কৰা কৰ’না মহামাৰী সংক্ৰান্তীয় ৰিপোৰ্টসমূহৰ ওপৰতো এই বৈঠকখনত বিস্তৃতভাৱে আলোচনা কৰা হয়।