কামৰূপ মহানগৰ জিলাৰ উদ্যোগত ১২৯ খন আমাৰ দোকানত আলু পিয়াঁজ দাম নিৰ্ধাৰণ

95

ষ্টাফৰিপৰ্টাৰ, অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, কামৰূপ মহানগৰ জিলাৰ উদ্যোগত ১২৯ খন আমাৰ দোকান আৰু ১৬২ খন সুলভ মূল্য দোকানৰ জৰিয়তে দৰিদ্ৰ লোক সকলক সকাহ দিয়াৰ অৰ্থে ১৩ তাৰিখৰ পৰা ১৯ তাৰিখলৈকে আলু আৰু পিয়াজ প্ৰতি কিলোত ২৫ টকা দৰত যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য সৰ্বসাধাৰণ ৰাইজে খচূৰা বিক্রেতা/গেলামালৰ দোকানৰ পৰা সৰ্বাধিক ৩০ টকা দৰত আলু আৰু পিয়াজ সংগ্ৰহ কৰিব পাৰিব।