ষ্টাফৰিপৰ্টাৰ, কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চাৰিজন ক’ভিড-১৯ পজিটিভ । কামৰূপ জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগৰ বিষয়া ৰাজিৱ দত্ত চোধুৰী আক্ৰান্ত ক’ৰনাত । কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক আব্দুল মান্নাফ, যোগান বিভাগৰ পৰিদৰ্শক অজয় আগৰৱালা, কনিষ্ঠ সহায়ক বুলেন বড়ো কভিডত আক্ৰান্ত হৈছে।