কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শীঘ্ৰেই মুকলি হ’ব হাতী ছাফাৰী। ১ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী চাফাৰী মুকলিৰ ব্যৱস্থা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কহঁৰা আৰু বাগৰি বনাঞ্চলত পূৰ্ণগতিত চলিছে প্ৰস্তুতি ।