কাজিৰঙাৰ বিলত নিষেদ্ধাজ্ঞা মৎস্যচিকাৰত…

73

১৩ আৰু ১৪ জানুৱাৰীত কাজিৰঙাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে জনসমাগম। সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিল মাঘৰ বিহুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰাৰ পৰম্পৰা ৷

উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া একাংশ বিলত মাঘৰ বিহুৰ উৰুকাৰ দিনা স্থানীয় লোকক মাছ মৰাৰ সুবিধা অতিজৰে বন বিভাগে প্ৰদান কৰি আহিছিল৷