কলিয়াবৰৰ শিলঘাটত পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বাইকৰ।
দুৰ্ঘটনাত থিতাতে মৃত্যু বাইক আৰোহীৰ।
মৃত যুৱকজন ৩ নং গাখীৰেখাইটিৰ উমেশ ৰাজভৰ।
বিয়া খাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।