কংগ্ৰেছে এৰি নিদিয়া সমষ্টিত নিৰ্বাচন খেলিব AJP-এ। বৰপেটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু দুলু আহমেদ। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে বিদ্ৰোহ আহমেদৰ। দলে প্ৰাৰ্থিত্ব নিদিলেও নিজাববীয়াকৈ কৰিব প্ৰতিদ্বন্দ্বিতা ।