ওড়িশা, ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযান অব্যাহত

241

ওড়িশা, ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযান অব্যাহত। ঝাৰখণ্ডৰ কংগ্ৰেছী সাংসদ ধীৰজ চাহুৰ সৈতে সম্পৰ্কিত ব্যক্তিৰ বাসগৃহত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ধন। বাণ্টী চাহুৰ বাসগৃহৰ পৰা উদ্ধাৰ ১৯টা টকাৰ বেগ। কালিৰ দিনটোত আয়কৰ বিভাগে জব্দ কৰিছিল প্ৰায় ২২০ কোটি নগদ ধন।