এ ইউ স্মাৰ্ট ফাইনেন্স বেংক ( এ ইউ বেংক), এক অনুসূচীত বাণিজ্যিক বেংক আৰু দেশৰ সৰ্ববৃহৎ ক্ষুদ্ৰ বিত্ত বেংকৰ ভিতৰত এটা, যিয়ে প্ৰয়োজনীয়তা আৰু লক্ষ্য আধাৰিত জীৱন বীমা সেৱা আগবঢ়োৱাৰ বাবে এক শীৰ্ষ ব্যক্তিগত জীৱন বীমা কোম্পানী আই চি আই চি আই প্ৰুডেঞ্চিয়েল লাইফ ইঞ্চুৰেঞ্চৰ সৈতে এক অংশীদাৰীত্ব ঘোষণা কৰে।
