এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীৰ দেহত কৰ’না সংক্ৰমণ

94

ষ্টাফ ৰিপোৰ্টাৰ, ১২ মে’ :এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীৰ দেহত কৰ’না সংক্ৰমণ হৈছে। দুদিনৰ বাবে ছীল কৰি দিয়া হ’ল দিল্লীৰ মুখ্য কাৰ্যালয়। সম্প্ৰতি হোম কোৱাৰেন্টাইনত আছে আক্ৰান্ত কৰ্মচাৰীজন। পূৰ্বে ৫ গৰাকী পাইলটৰ দেহত ধৰা পৰিছিল সংক্ৰমণ।
অৱশ্যে দ্বিতীয় কভিড-১৯ পৰীক্ষাৰ ফলাফল আছিল নিগেটিভ।