এমৱে ইণ্ডিয়াৰ নিউট্ৰিলাইট চৱনপ্ৰাছ

68

ভাৰতৰ অন্যতম বিখ্যাত এফএমচিজি এমৱে ইণ্ডিয়াই ফ্লেগশ্বিপ ব্ৰেণ্ড নিউট্ৰিলাইটৰ অধীনত নিউট্ৰিলাইট চৱনপ্ৰাছ লঞ্চ কৰিছে। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে প্ৰথম বছৰতে চৱনপ্ৰাছৰ ১০০০ কোটিৰ বজাৰত ২০% বজাৰ অংশ নিজৰ অধীনত লোৱা। নিউট্ৰোলাইটৰ চৱনপ্ৰাছ মুঠ ৩২ খন হাৰ্বছদি গঠিত, যাৰ ভিতৰত ১৬ টা অৰ্গেনিক উপাদান আছে, যাৰ কিছুমান হৈছে আমলা গোখৰু, গিলাই, শতাৱৰী যি ১০০ শতাংশ জৈৱিক, এই উপাদানবোৰে মুখ্যতঃ মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বৰ্তমানে, চৱনপ্ৰাছটো এমৱে ডাইৰেক্ট চেলাৰৰ নিকট প্ৰতি ৫০০ গ্ৰামত ৪৯৯ টকাত উপলব্ধ হ’ব।