এমাজনৰ ‘এমাজন সম্ভৱ’ৰ দ্বিতীয় সংস্কৰণৰ আয়োজন

90

এমাজন ইণ্ডিয়াই ঘোষণা কৰিছে যে ইং ২০২১ চনৰ ১৫-১৮ এপ্ৰিলত এমাজন সম্ভৱৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিব। সমগ্ৰ ভাৰতত উৎপাদন, খুচুৰা, লজিষ্টিক, আই টি/আইটিইএছ, সমল সৃষ্টিকৰ্তা, ষ্টাৰ্ট-আপ, ব্ৰেণ্ড আৰু উদ্যোগীৰ দৰে খণ্ডত ভাৰতৰ বাবে অসীম সম্ভাৱনা আনলক কৰাবিষয়ৰ চাৰিওফালে অনুষ্ঠিত এক চাৰিদিনীয়া ভাৰ্চুৱেল সন্মিলন হব।সম্ভৱ ২০২১-এ উদ্যোগ আৰু চিন্তাবিদসকলক একত্ৰিত কৰিব যিয়ে এমাজনৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে ব্যৱসায় আৰু উদ্যোগীসকলৰ বাবে সম্ভাৱনা আনলক কৰি এক আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত আগবাঢ়ি যোৱাৰ বাবে আলোচনা কঢ়িয়াই আনিব।