এন-৯৫ মাস্কক লৈ কেন্দ্ৰীয় চৰকাৰৰ সতৰ্কবাণী

83

ষ্টাফৰিপৰ্টাৰ, এন-৯৫ মাস্কক লৈ কেন্দ্ৰীয় চৰকাৰৰ সতৰ্কবাণী জাৰি কৰিছে।
কৰ’ণাৰ সংক্ৰমণ এন – ৯৫ (N-95) মাস্কে প্ৰতিৰোধ কৰিব নোৱাৰে।
ভাল্ভ ৰেছপিৰেটৰ্ছ থকা এন-৯৫ (N-95) মাস্কৰ ব্যৱহাৰ সঠিকভাৱে হোৱা নাই
এন-৯৫ (N-95) মাস্কে ভাইৰাছ ৰোধ কৰিব নোৱাৰে এন-৯৫
(N-95) মাস্কেৰে ভাইৰাছ ওলাই আহি আনক সংক্ৰমিতহে কৰিব পাৰে। এন -৯৫
(N-95)মাস্কৰ ব্যৱহাৰ সকলোৰে বাবে ক্ষতিকাৰক।