এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰী কৰ’নাত আক্রান্ত

88

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।ইতিমধ্যে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ৰঞ্জন দৈমাৰীক ভৰ্তি কৰা হৈছে।আনহাতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ১৯ জনৰ দেহত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি। আন ১৮ জনক জাগীৰোড কোভিড-১৯ হাস্পতালত ভৰ্তি কৰা হৈছে।