এনকাউন্টাৰ! মঙ্গলদৈত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

70

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ মঙ্গলদৈত গুলিবিদ্ধ হল ড্ৰাগছ মাফিয়া।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে ৰাখিছে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি চলায় গুলি।

আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ মাফিয়া কুড্ডুছ আলী। হীৰাপাৰাত সংঘটিত হৈছে এই ঘটনা।

উল্লেখ্য যে, শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ মাফিয়াজনক।