এনকাউণ্টাৰ! বিশ্বনাথত গুলিবিদ্ধ চোৰাং চিকাৰী

77

বিশ্বনাথত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ আৰক্ষীৰ গুলীত গুলিবিদ্ধ চোৰাং চিকাৰী।

শনিবাৰে নিশা সংঘটিত হয় এই এনকাউণ্টাৰ।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱা সময়তে গুলিবিদ্ধ দিলৱাৰ হুছেইন নামৰ চোৰাং চিকাৰীজন।

শনিবাৰে জোনাইত আটক কৰা হৈছিল দুৰ্ধৰ্ষ চিকাৰীজনক।

তাৰ পিছত নিশা ঘাটি দেখুৱাবলৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় চোৰাং চিকাৰীজনে।