এছিয়ান গ্ৰেনিটো ইণ্ডিয়া লিমিটেডে (এজিআইএল) কিউ৩এফৱাই২১ ৰ সময়ত ২৪.৯ কোটি টকাৰ মুঠ লাভৰ প্ৰতিবেদন দিয়াৰ লগতে যোৱা বছৰৰ সংশ্লিষ্ট সময়ছোৱাত ১১-কোটি টকাৰ মুঠ লাভৰ তুলনাত ১২৬% বৃদ্ধি হৈছে। ডিচেম্বৰ ২০২০ ত সমাপ্ত হোৱা তিনিমাহত একত্ৰিত মুঠ বিক্ৰী ৩৮৪.৬-কোটি টকা, পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ৰ মুঠ বিক্ৰী ২৯৭.৯-কোটি টকাতকৈ ২৯% বৃদ্ধি হৈছে। ডিচেম্বৰ ২০২০ ত সমাপ্ত হোৱা তিনিমাহৰ বাবে একত্ৰিত ইবিআইটিডিএ ৪৯.৫ কোটি টকা ৰখা হৈছিল।
Latest article
ব্যতিক্ৰমৰ উদ্যোগত ত্ৰিপুৰাত অনুষ্ঠিত ‘ব্যতিক্রম এডোকেচন কনক্লেভ ২.০’ ৰ সফল সমাপ্তি
ব্যতিক্রম উদ্যোগত আয়োজিত আগৰতলাৰ হোটেল প'লো টাৱাৰত ব্যতিক্রম এডুকেশান কনক্লেভ২.০ ৰ সফল সমাপ্তি হ'য়। প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত আয়োজিত এই কনক্লেভত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন...
আৰণ্যকৰ ওৰাঙৰ পৰা ৰাইমনালৈ “ৰাইড্… ফৰ্… কনজাৰভেশ্যন” চাইকেল ৰেলী
দেশৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ ৩৫ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাত সাধাৰণ ৰাইজৰ অংশগ্ৰহণৰ নিশ্চিত কৰাৰ বাৰ্তা...
ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত চৰ্চিত এনইএছএফবি, ফিনটেক ক্ষেত্ৰখনত অসমৰ উত্থানৰ প্ৰদৰ্শন
অসমৰ প্ৰথম ইউনিকৰ্ণ আৰু ভাৰতৰ অগ্ৰণী ফিনটেক চালিত বেংক নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ৩-৫ এপ্ৰিলৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত...