এছিয়ান গেমছৰ ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দল। বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ। ছেমি ফাইনেলত ৮ উইকেটত পৰাস্ত কৰিলে বাংলাদেশক। বাংলাদেশে ৫২ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতক। ১৭.৫ অভাৰত ৫১ ৰান কৰি অলআউট বাংলাদেশ। ১৭ ৰান দি পূজা বস্ত্ৰকাৰে লাভ কৰে ৪টা উইকেট।
