বৃদ্ধ মাতৃৰ হাহাকাৰ অৱস্থা।
অনাহাৰে থকা পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিল গাওঁবাসী।
দৰং জিলাৰ খাৰুপেটীয়াৰ বাসিন্দা পিতৃ হাৰা হাবিজুৰ ৰহমানে ঘৰ খনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যাক্তি। উল্লেখযোগ্য এই যে বাল্য বিবাহ কৰাৰ অভিযোগত আৰক্ষীয়ে হাবিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পিছত ঘৰ খনত দেখা দিছে হাহাকাৰ।কাৰণ হাবিজুৰ ৰহমানে কোনো মতে দিন হাজিৰা কৰি পৰিয়ালটো পোহ পাল দি আহিছে।আৰক্ষীয়ে হাবিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পিছত ঘৰ খনৰ চৌকাত জ্বলা নাই জুই।সেয়ে অনা হাৰে থকা পৰিয়ালক ৰাইজে খুজি মাগি সকাহ দিয়াৰ চেষ্টা। স্থানীয় লোকে চৰকাৰ তথা বিভাগীয় কতৃপক্ষৰ ওচৰত এটা দাবী যাতে হাবিজুৰ ৰহমানক জাবীন দি পৰিয়ালটোক চোৱা-চিতা কৰাৰ সুযোগ প্ৰদান কৰে যেন