এইপৰ্যন্ত সন্ধান নোলাল নলাত উটি যোৱা শিশুটোৰ

109

এইপৰ্যন্ত সন্ধান নোলাল নলাত উটি যোৱা শিশু অবিনাশ সৰকাৰৰ৷

৮ বছৰীয়া অবিনাশক বিচাৰি আজি পুনৰ SDRF-এ চলাব অভিযান৷

কৃত্ৰিম বানৰ কোবাল সোঁতে উটুৱাই নিছিল অবিনাশ সৰকাৰক৷

মহানগৰীৰ জ্যোতিনগৰত সংঘটিত হৈছিল এই ঘটনা৷