ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিল :: এইচ ডি এফ চি বেংক লিমিটেডে চলিত বছৰৰ ৩১ মাৰ্চত সমাপ্ত হোৱা চতুৰ্থটো ত্ৰিমাসিকত মুঠ ৬,৯২৭ কৌটি টকা উপাৰ্জনৰ বিষয়ে দেওবাৰে ঘোষণা কৰে। এক বিবৃতি যোগে এইচ ডি এফ চি বেংক লিমিটেডৰ মূৰব্বী আৰু ঔদ্যোগিক মুৰব্বী নীৰজ ঝাই কয় ” চলিত বছৰৰ ৩১ মাৰ্চ পৰ্যন্ত বেংকটোৰ মুঠ ৰাজহ আছিল ২১,২৩৬,৬ কৌটি টকা যি বিগত বৰ্ষৰ ৩১ মাৰ্চৰ তুলনাত ১৮.২ শতাংশ। ২০১৯-২০ বিত্তীয় বৰ্ষৰ ইয়াৰ মুঠ লাভ পূৰ্বৰ বৰ্ষৰ পৰা ২৪.৬ শতাংশ অধিক হৈ ২৬, ৫৭৫.৩ কৌটি টকা হৈছে।” এই ত্ৰিমাত্ৰিকটো ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ ফলত অৰ্থনীতিৰ গতি লেহেমীয়া হৈছে।
Latest article
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...
ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...