উত্তৰ-পূৱ উমৰাংছ’ত গ্ৰেপ্তাৰ তিনি বন মাফিয়া By Dipshikha - December 23, 2023 263 FacebookPinterestWhatsAppPrint উমৰাংছ’ত গ্ৰেপ্তাৰ তিনি বন মাফিয়া৷ আগ্নেয়াস্ত্ৰৰ সৈতে গ্ৰেপ্তাৰ তিনি বনদস্যু৷ বনদস্যুকেইটাৰ পৰা বুজন পৰিমাণৰ বিস্ফোৰকো জব্দ কৰিছে৷ গৰমপানী বনাঞ্চলৰ সমীপৰ পৰা গ্ৰেপ্তাৰ ইমাৰুল লওৰং, হুইটচৱেল লাৰমুৰাং, ৰাকিল মোৰেং৷ Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...