উত্তৰ প্ৰদেশৰ ইটাৱাত যাত্ৰীবাহী ৰে’লত জুই। দপদপাই জ্বলিল নতুন দিল্লী-দাৰভাংগা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ দবা। সম্পূৰ্ণৰূপে ভস্মীভূত ৰে’লখনৰ তিনিটাকৈ দবা। অগ্নিকাণ্ডত ৭গৰাকী লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত। উত্তৰ প্ৰদেশৰ ছাৰাই ভূপত ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনা।
