উত্তৰ প্ৰদেশত ১৫ মে’ পৰ্যন্ত বন্ধ সকলো বিদ্যালয়-মহাবিদ্যালয়

56

কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত ১৫ মে’ পৰ্যন্ত বিদ্যালয়-মহাবিদ্যালয় ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে ১০ খন জিলাত সান্ধ্যআইন জাৰি কৰা হৈছে। ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি নিশা ৮ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন বাহাল থাকিব। লক্ষ্ণৌ, এলাহাবাদ, বাৰানসী, কাণপুৰ, গৌতম বুদ্ধ নগৰ, গাজিয়াবাদ, মিৰাট, গৰখপুৰত সান্ধ আইন জাৰি কৰা হৈছে।