উত্তৰ ইৰাকৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত বিধ্বংসী অগ্নিকাণ্ড

268

উত্তৰ ইৰাকৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিদগ্ধ হৈ মৃত্যু ১৪গৰাকী শিক্ষাৰ্থীৰ। সংকটজনক অৱস্থাত ১৮ গৰাকী শিক্ষাৰ্থীক হাস্পতালত ভৰ্তি। এৰবিলৰ চোৰেণ বিশ্ববিদ্যালয়ত এই ঘটনা।