উজনিত ভয়ংকৰ ৰূপ ধাৰণ এনকেফেলাইটিছৰ

186

উজনিত ভয়ংকৰ ৰূপ ধাৰণ এনকেফেলাইটিছৰ।

পুনৰ এনকেফেলাইটিছত আক্ৰান্ত ৩ শিশুসহ এজন প্ৰাপ্ত বয়স্ক লোক।

মাজুলী, যোৰহাট, গোলাঘাটৰ ৪জন চিকিৎসাধীন এই ৰোগত।

JMCHত চিকিৎসাধীন এই ৪গৰাকী আক্ৰান্ত।

পূৰ্বে এই ৰোগত আক্ৰান্ত হৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু ৩ শিশুৰ ।