গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দান।
২৬ সপ্তাহৰ অন্তঃসত্ত্বা কিশোৰীৰ গৰ্ভপাত কৰোৱাৰ নিৰ্দেশ।
ৰাজ্য চৰকাৰক চিকিৎসকৰ এটা বিশেষজ্ঞ দল গঠনৰ নিৰ্দেশ।
সমগ্ৰ অস্ত্ৰোপচাৰৰ খৰচ বহন কৰিব লাগিব ৰাজ্য চৰকাৰে।
কিশোৰীগৰাকীৰ স্বাস্থ্যজনিত সমস্যাৰো খৰচ বহন কৰিব লাগিব।
কিশোৰীগৰাকীক Mental Counseling দিয়াৰো নিৰ্দেশ ।
৭টা পাষণ্ডৰ কামনাৰ বলি হৈ গৰ্ভধাৰণ কৰিছিল কিশোৰীগৰাকীয়ে।
ইতিমধ্যে ৭জনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।