উচ্চতম ন্যায়ালয়ৰ ৰোষত বাবা ৰামদেৱ

346

পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰোষত বাবা ৰামদেৱ৷ বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত উচ্চতম ন্যায়ালয়ত ৰামদেৱে ক্ষমা বিচাৰিছিল যদিও ক্ষমা গ্ৰহণযোগ্য নহয় বুলি ঘোষণা ন্যায়াধীশৰ৷ কিয়নো ৰামদেৱক সকীয়নি দিয়াৰ পাছতো বিজ্ঞাপনৰ প্ৰচাৰ চলাই আছিল৷