গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ উদ্যোগত শনিবাৰে মহানগৰীৰ কেইবাঠাইৰ লগতে উগ্ৰতাৰা দেৱালয়ত চেনিটাইজেশ্যন কৰা হয়৷
উল্লেখ ৮ জুনত মন্দিৰসমুহ পৰ্যয়ক্ৰমে খোলাৰ বাবে আগতীয়াকৈ মন্দিৰ ছেনিটাইজ কৰাৰ বাবে উগ্ৰতাৰা দেৱালয় কৰ্তৃপক্ষই পৌৰ আয়ুক্তৰ কাৰ্য্যক ভুয়সী প্ৰশংসা কৰে ৷
