ঈদৰ দিনাই লাহৰিঘাটৰ বটতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা

203

ঈদৰ দিনাই লাহৰিঘাটৰ বটতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা ।

বাইক আৰু ই ৰিক্সাৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা

দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

ক্ষন্তেক সময় পূৰ্বে ভেলৌগুৰি থানাৰ অন্তৰ্গত হাঁহচৰাবৰী গাঁৱৰ বটতলাত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।

গুৰুতৰ বাবে আহত হোৱা বাইক আৰোহী জনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে বাইক খনৰ নম্বৰ AS21H 7684 বুলি জানিব পৰা গৈছে।