ইৰাণলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

340

ইৰাণলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে ইৰাণলৈ ৰাওনা সোণোৱাল।

বিশেষ বিমানযোগে ইৰাণলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

বন্দৰক লৈ ইৰাণৰ সৈতে চুক্তি স্বাক্ষৰৰ সম্ভাৱনা।

এই ঐতিহাসিক অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব সৰ্বানন্দ সোণোৱালে।

এই চুক্তিয়ে ভাৰতৰ বাবে মুকলি কৰিব নতুন বাণিজ্যিক পথ।